আজিৰ এই Article টোৰ যোগেদি এয়ে জনাব বিচাৰো যে Staff Selection Commission অৰ্থাৎ SSC ত মুকলি হোৱা মুঠ 1000 পদৰ Admit Card সমূহ Officialy মুকলি কৰি দিয়া হৈছে উক্ত আবেদনকাৰী প্ৰাৰ্থীসকলে Admit Card সমূহ তলত উল্লেখ কৰা লিংকৰ পৰা ডাউনলোড কৰি লব পাৰে অধিক তথ্যৰ বাবে Visit কৰিব আমাৰ ৱেবছাইট www.assamjobseries.blogspot.com ধন্যবাদ
পদৰ নাম :- MTS (Multi Tasking Sttaf) Non Technical
পদৰ সংখ্য :- 1000
Admit Card ৰ মুকলি তাৰিখ :- 28-জুন-2019
পদসমূহৰ বিৱৰণ :- * পিয়ন
* চকিদাৰ লগতে বিভিন্ন ধৰণৰ পদ সমূহ
Download Admit Cards :- Click Here
0 Comments
Please do not enter any spam link in the comment box