{Link Expied} Indian Coast Guard Navik DB Requitment 2019 : Cook & Steward ত পদখালী

আজিৰ এই Article টোৰ যোগেদি এয়ে জনাব বিচাৰো যে Indian Coast Guard Navik DB (Domestic Branch) ত খালী হোৱা কেইবাটাও পদ ৰ বিষয়ে আৰু লগতে চাম এইপদসমূহত এপ্লাই কৰিবলৈ আমাক Education Qualification কি কি লাগিব আৰু কিদৰে আমি এপ্লাই কৰিব পাৰো অধিক তথ্যৰ বাবে Visit কৰিব আমাৰ ৱেবছাইট www.assamjobseries.blogspot.com ধন্যবাদ 🙏

* পদৰ নাম :- 1/Cook
                    2/Steward

* পদৰ সংখ্যা :- officially এতিয়াও ঘোষণা কৰা হোৱা নাই

* দৰমহা :- 21700/প্ৰতিমাহে


* শিক্ষাগত অৰ্হতা :-  মেট্ৰিক পাছ
(এপ্লাই কৰা সময়ত অনুগ্ৰহ কৰি মন কৰিব যে যিসকল OBC GENERAL  Cetegory Candidate  তেওলোকে  হাইষ্কুল শিক্ষান্ত পৰীক্ষাত( মেট্ৰিক) 50% আৰু SC,ST Cetogry Candidate 45% হাৰত নম্বৰ থকাটো বাধ্যতামূলক )


* বয়সৰ সময়সীমা :- নূন্যতম বয়সৰ সময়সীমা 1-10-1997 ৰ পৰা 30-01-2001 অনুযায়ী 18 বছৰৰ পৰা 22 বছৰৰ ভিতৰত হব লাগিব

* বয়স ৰেহাই (Age Relexation) :- SC,ST  Candidate  সকলে 27 বছৰলৈ ৰেহাই পাব লগতে OBC,General Candidate সকলে 25 বছৰলৈ ৰেহাই পাব

* আবেদন :- ইছ্ছুক তথা অৰ্হতাসম্পৰ্ণ প্ৰাৰ্থীয়ে অনলাইন যোগে এই পদসমূহত এপ্লাই কৰিব পাৰিব


* অনলাইন এপ্লাই আৰম্ভণী তাৰিখ :- 5 জুন 2019

* অনলাইন এপ্লাই শেষ তাৰিখ :- 10  জুন 2019


* আবেদন মাছুল :- কোনো  Candidate আবেদন মাছুল ভৰিব নালাগে


* বাছনি প্ৰক্ৰিয়া (Selection Proceess) :- Indian Coast Guard Recruitment 2019 ৰ এই বাছনিত প্ৰক্ৰিয়া ভিত্তিত পোন প্ৰথমে
*Written Examination
*Physical Endurance Test
* লগতে Medical Test হব


Official Notification :- Click Here

Online Apply :- Click Here

Post a Comment

0 Comments