এই Article টোৰ যোগেদি এয়ে জনাব বিছাৰো যে State Bank of india ত মুকলি হোৱা PO (Probationary Officer) মুঠ 2000 টা পদৰ Admit Card মুকলি কৰি দিয়া হৈছে...এক তথ্যই জানিবলৈ দিয়া মতে ইয়াৰ পৰিক্ষা সমূহ 8th, 9th, 15th 16 june 2019 ত অনুষ্টিত হব অধিক তথ্যৰ বাবে Visit কৰিব আমাৰ ৱেবছাইট www.assamjobseries.blogspot.com ধন্যবাদ 🙏
☆ Details :-
পদৰ নাম :- Probationary Officer
পদৰ সংখ্যা :- 2000
সংগঠনৰ নাম :- State Bank Of india
পৰিক্ষা তাৰিখ :- 8th, 9th, 15th 16 june 2019
☆ SBI PO পৰিক্ষা বাচনী প্ৰক্ৰিয়া :- SBI PO ৰ পৰিক্ষাৰ বাচনী প্ৰক্ৰিয়াৰ ভিত্তিত Online Writen Examinantion ৰ লগতে Group Discusion আৰু সাক্ষাৎকাৰ অনুষ্টিত হব
☆এডমিট কাৰ্ড সমূহ কেনেকৈ ডাউনলোড কৰিব ?
☆ এডমিট কাৰ্ড সমূহ পৰিক্ষাৰ্থীয়ে State bank of india ৰ Official Website ৰ পৰা ডাউনলোড কৰি লব লাগিব
☆ তাৰ বাবে প্ৰয়োজন
• Registration Number
• Password
(এডমিট কাৰ্ড ৰ ডাউনলোড লিংক তলত উপলদ্ধ কৰি দিয়া হৈছে Direct তাৰপৰা ও গৈ Admit Card সমূহ ডাউনলোড কৰি লব পাৰিব)
☆ লিংকটোত গৈ কেনেকৈ কি কৰিব ?
• লিংকটোত গৈ তললৈ Scroll কৰক আৰু তাত এটা Option দেখিবলৈ পাব "Important Link" এই লিংকটোত ক্লিক কৰক
• Important Link ত ক্লিক কৰিলে আন এটা লিংক দেখিবলৈ পাব "SBI PO PET Admit Card" এই লিংকটোত ক্লিক কৰক
• ইয়াৰ পিছত নিজৰ নিজৰ ৰেজিস্ট্ৰেচন নম্বৰ আৰু পাছৱৰ্ড ৰ সৈতে Log in কৰক
• এতিয়া আপুনি আপোনাৰ এডমিট কাৰ্ড বাচনী কৰক আৰু ডাউনলোড কৰক
(অনুগ্ৰহ কৰি মন কৰিব যে এই লিংকটো তলত উল্লেখিত Internet Browser ৰ Version ত উপলব্ধ)
* internet Explorer 9 বা তাতোকৈ ওপৰৰ Version
* Mozila Firfox 20.0 বা তাতোকৈ ওপৰৰ Version
* Google Cgrome 30.0 বা তাতোকৈ ওপৰৰ Version
* Safari 6.0 বা তাতোকৈ ওপৰৰ Version
Official Notification :- Click Here
Download Admit Cards :- Click Here
0 Comments
Please do not enter any spam link in the comment box