DEE Grade III আৰু Grade IV ত মুকলি মুঠ 230 টা পদৰ Docoment Verification ৰ তাৰিখ আৰু দিন officially Notice যোগে ঘোষণা কৰিছে

   
DEE Grade III আৰু Grade IV ত মুকলি মুঠ 230 টা পদৰ Docoment Verification ৰ তাৰিখ আৰু দিন officially Notice যোগে ঘোষণা কৰিছে....উক্ত আবেদনকাৰী প্ৰাৰ্থীসকলে যি যি পদত আবেদন কৰিছে সেই হিছাপে Notice সমূহ ডাউনলোড কৰি নিজৰ নিজৰ ঠাইত Verification লৈ যাব পাৰে Notice সমূহ ডাউনলোড কৰা লিংক টো তলত উল্লেখ কৰি দিয়া হৈছে



Grade III Level পদসমূহ

* Junior Assistant (Directorate of Elementary Education, Assam )
* Junior Assistant ( Field Level Establishment under DEE, Assam )
Statistical Assistant (Field Level Establishment under DEE, Assam)
* Computer ( Field Level Establishment under DEE, Assam)

☆ আনহাতে 28/02/2019 ত প্ৰকাশ পোৱা advertisement No. EAA/SIU/393/2017/Pt-I/44 অনুযায়ী Grade IV পদসমূহ

* Peon (Field Level Establishment under DEE, Assam)
* Night Chowkidar (Directorate of Elementary Education, Assam )
* Driver (Directorate of Elementary Education, Assam )


Docoment Verification ৰ  স্থান আৰু সময়

*  জিলা পৰ্যায়ৰ নিৰ্বাচন কমিতি তথা Head Quartur ৰে Docoment Verification ৰ সময় নিৰ্ধাৰিত  কৰিব

(নিজৰ নিজৰ পদ আৰু  জিলা অনুযায়ী Docoment Verification ৰ  স্থান আৰু সময় Notice যোগে ঘোষণা কৰিছে Notice সমূহ Check কৰিবলৈ লিংকটো তলত উল্লেখ কৰা হৈছে)


Docoment Verification ৰ তাৰিখ
* আৰম্ভ :- 03/06/2019
* শেষ তাৰিখ :- 21/06/2019


Docoment Verification ৰ সময়ত লাগতীয়াল নথি পত্ৰসমূহ

* উক্ত আবেদনকাৰী প্ৰাৰ্থীসকলে  Verification সময়ত নিজৰ নিজৰ আবেদন কৰাৰ সময়ত উলিওৱা আবেদন প্ৰমাণ পত্ৰ (Acknowledgement Latter), একপি প্ৰকৃত ফটো সহ প্ৰমাণ পত্ৰ (Original Photo identity Card) স্ব-প্ৰত্যয়িত ফটো (Self-Attested Photo) প্ৰয়োজন হব
(Acknowledgement Latter খন ডাউনলোড কৰা লিংক টো তলত উল্লেখ কৰি দিয়া হৈছে)


Official Notification :- Click Here

Docoment Verification List :- Click Here


Docoment Verification Venue & Date :- Click Here


Verification Time important Document Grade III & IV List :- Click Here


Download Acknowladgement Latter :- Click Here

Post a Comment

0 Comments