Assam Police Recruitment 2019- মুঠ 2000 পদ খালী

এই Article টোৰ যোগেদি এয়াই জনাব বিছাৰো যে State level Police Police Recruitment Board (SLPRB) ৰ ফালৰ পৰা মুঠ 2000 টা চুক্তিবদ্ধ পদৰ নিয়োগ জাননী প্ৰকাশ পাইছে লগতে ইয়াৰ বাবে ইচ্ছুক তথা অহ্ৰতাসম্পৰ্ণ প্ৰাৰ্থীৰ পৰা অনলাইন যোগে আবেদন কৰিবলৈ আহ্বান জনাইছে এই পদসমূহ 2 (দুই)বছৰৰ
চুক্তিবদ্ধ ভিত্তিত পুনর্নবীকৰণযোগ্য । অধিক তথ্যৰ বাবে Visit কৰক আমাৰ ৱেবছাইট www.assamjobseries.blogspot.com ধন্যবাদ


সৰ্বমুঠ পদৰ সংখ্যা-  2000 টা

1. পদৰ নাম :-UDA- Accountant
পদৰ সংখ্যা-200 টা

শিক্ষাগত অৰ্হতা- কমাৰ্চ শাখাত ডিগ্ৰীধাৰী লগতে  Accounting ৰ ওপৰত 6 মাহৰ যোগ্যতা থকা হব লাগিব

দৰমহা- 35000/- প্ৰতিমাহে



2. পদৰ নাম :- Stenographer Grade-lll
পদৰ সংখ্যা :- 200 টা

শিক্ষাগত অৰ্হতা- যিকোনো শাখাত ডিগ্ৰীধাৰী লগতে ,FmPreferably প্ৰ-পত্ৰ  নাইবা পলিটেকনিক নাইবা আইটিআই নাইবা যিকোনো চৰকাৰী স্বাক্ষৰিত সংগঠনৰ পৰা Stenography ৰ ওপৰত প্ৰমাণ পত্ৰ থকা হব লাগিব

দৰমহা- 30000/- প্ৰতিমাহে


3.পদৰ নাম :- Lower Division Assistant

পদৰ সংখ্যা :- 200 Post

শিক্ষাগত অৰ্হতা- যিকোনো শাখাত ডিগ্ৰীধাৰী লগতে কম্পিয়ুটাৰ অপাৰেচনৰ ওপৰত দক্ষতা থকা হব লাগিব

দৰমহা- 30000/- প্ৰতিমাহে


4.পদৰ নাম :- Bench Assistant
পদৰ সংখ্যা :- 200 টা

শিক্ষাগত অৰ্হতা- যিকোনো শাখাত ডিগ্ৰীধাৰী লগতে কম্পিয়ুটাৰ অপাৰেচনৰ ওপৰত দক্ষতা থকা হব লাগিব

দৰমহা-30000/- প্ৰতিমাহে


5.পদৰ নাম :-Typist

পদৰ সংখ্যা :-200 Post

পদৰ সংখ্যা-200 টা

শিক্ষাগত অৰ্হতা- যিকোনো শাখাত ডিগ্ৰীধাৰী লগতে কম্পিয়ুটাৰ অপাৰেচনৰ ওপৰত দক্ষতা থকা হব লাগিব

দৰমহা- 30000/- প্ৰতিমাহে


6. পদৰ নাম :- Data Entry Operator
পদৰ সংখ্যা :- 400 টা

শিক্ষাগত অৰ্হতা- 10th পাছ লগতে কম্পিয়ুটাৰ অপাৰেচনৰ ওপৰত দক্ষতা থকা হব লাগিব

দৰমহা- 10000/- প্ৰতিমাহে


7. পদৰ নাম :- Copyist

পদৰ সংখ্যা :- 200 টা

শিক্ষাগত অৰ্হতা- 10th পাছ লগতে কম্পিয়ুটাৰ অপাৰেচনৰ ওপৰত দক্ষতা থকা হব লাগিব

দৰমহা- 9000/- প্ৰতিমাহে


8. পদৰ নাম :- Office Peon

পদৰ সংখ্যা :- 200 টা

শিক্ষাগত অৰ্হতা- 8th পাছ

দৰমহা- 9000/- প্ৰতিমাহে


9.Chowkidar 

পদৰ সংখ্যা :- 200 Post

শিক্ষাগত অৰ্হতা-8th পাছ

দৰমহা- 9000/- প্ৰতিমাহে

☆ বয়স সময়সীমা 
               
* SC,ST :-- 18 বছৰৰ পৰা 43 বছৰৰ ভিতৰত হব লাগিব
* OBC/MOBC :-- 18 বছৰ পৰা 41 বছৰৰভিতৰত হব লাগিব
* General :-- 18 বছৰ পৰা 38 বছৰৰ ভিতৰত হব লাগিব

☆ আবেদন মাছুল
  
* কোনো প্ৰাৰ্থীয়ে কোনোধৰণৰ আবেদন মাছুল দিব নালাগে

☆ অনলাইন আবেদন তাৰিখ

  *আৰম্ভণীৰ তাৰিখ :--  15-জুন-2019
  *শেষ তাৰিখ :--30-জুন-2019

--- অনুগ্ৰহ কৰি মন কৰিব  অসম পুলিছৰ এই পদসমূহৰ জাননীত নিচ্ছিত ভাৱে প্ৰকাশ কৰিছে যে অনলাইন আবেদন কৰাৰ সময়ত যি যি অহ্ৰতাৰ নথি-পত্ৰ বিছাৰে সেয়াই স্হাপিত কৰে যেন তাৰ বাহিৰে অন্য নথি-পত্ৰ স্হাপিত কৰিলে অসম পুলিছৰ অধিনত আপোনাৰ এই আবেদন বহিষ্কাৰ কৰা হব---

উদাহৰণশ্বৰুপে :- উক্ত 8th পাছৰ বাবে উপযোগী আবেদনকাৰীসকলে তেওঁলোকৰ 8th পাছৰ নথি-পত্ৰ  স্হাপিত কৰিব লাগিব ইয়াৰ বাহিৰে 10 পাছৰ নথি-পত্ৰ দিব নোৱাৰিব 



Download Official Notification :- Click Here

Online Apply :- Click Here


Post a Comment

0 Comments