Indian Coast Guard Recuitment 2019 - Admit Card সমূহ মুকলি কৰি দিয়া হৈছে

                       
আজিৰ এই Article টোৰ যোগেদি এয়ে জনাব বিচাৰো যে Indian Coast Guard Navik DB (Domestic Branch) ত খালী হোৱা  পদ সমূহৰ Admit Card মুকলি কৰি দিয়া হৈছে উক্ত আবেদনকাৰী প্ৰাৰ্থীসকলে Admit Card সমূহ তলত উল্লেখ কৰা লিংকৰ পৰা ডাউনলোড কৰি লব পাৰে অধিক তথ্যৰ বাবে Visit কৰিব আমাৰ ৱেবছাইট www.assamjobseries.blogspot.com ধন্যবাদ

পদৰ নাম :- * Cook
                   * Steward

পদৰ সংখ্য :- সঠিককৈ উল্লেখ কৰা নাই

Admit Card ৰ মুকলি তাৰিখ :- 28-জুন-2019
 শেষ তাৰিখ :- 02-জুলাই-2019

পদৰ সবিশেষ :- Indian Coast Guard Recuitment 2019



Official Notification :- Click Here

Download Amit Card :- Click Here

Post a Comment

0 Comments