
এই Article টোৰ যোগেদি এয়াই জনাব বিছাৰো যে প্ৰতি বছৰৰ দৰে এইবাৰো 2019 বৰ্ষত ITI নামভৰ্তিৰ ৰ বাবে ইচ্ছুক তথা অৰ্হতাসম্পৰ্ণ প্ৰাৰ্থীসকলৰক অনলাইন যোগে আবেদন কৰিবলৈ আহ্বান জনাইছে
অধিক তথ্যৰ বাবে Visit কৰিব আমাৰ ৱেবচাইট www.assamjobseries.blogspot.com ধন্যবাদ
☆ Trade :- 1/ SCVT
2/NCVT
☆ অৰ্হতা :- *8 Pass
* 10 pass
☆ নামভৰ্তিৰ আবেদনৰ আৰম্ভ তাৰিখ :- 30-মে-2019
(অনলাইন আবেদনৰ লিংকটি তলত উপলদ্ধ কৰি দিয়া হৈছে)
☆ নামভৰ্তিৰ আবেদনৰ শেষ তাৰিখ :- 15-জুন-2019
☆ Verification :- আবেদন কৰা প্ৰাৰ্থীসকলে নিজৰ নিজৰ আবেদন প্ৰমাণ পত্ৰসহ লগতে প্ৰকৃত নথিপত্ৰ লৈ ITI ত কলেজত কাৰ্যক্ৰম সময়ত উপস্হিত হব লাগিব
☆ Verification তাৰিখ :- 30-মে-2019 ৰ পৰা 15-জুন-2019
☆ Verification সময় :- ৰাতিপুৱা 9 বজাৰ পৰা আবেলি 2 বজালৈ
☆ নিজৰ নিজৰ শিক্ষাগত অৰ্হতা অনুসৰি Rank List মুকলি তাৰিখ :- 24-জুন-2019
☆ Seat বাছনি তাৰিখ :- 04-জুলাই-2019
Admission Notice :- Click Here
For Online Admission :- Click Here
0 Comments
Please do not enter any spam link in the comment box